Air Pollution(Indoor)

বায়ু প্ৰদূষণ আৰু তথ্য ভিত্তিক নিয়ন্ত্ৰণ কাশ্যপ বৰতামুলী ৮৩ ৯৯৮১৬৮১০ বৰ্তমান সময়ত এক গুৰুত্বপূৰ্ণ সমস্যালৈ পৰিগণিত হৈছে বায়ু প্ৰদূষণ। সমগ্ৰ বিশ্বতেই বায়ু প্ৰদূষণে এক ভয়ানক ৰূপ ধাৰণ কৰিছে। সাম্প্ৰতিক কালত ভাৰত তথা অসমতো বায়ু প্ৰদূষণ এক আলোচ্য বিষয় হৈ পৰিছে। ভাৰতত অপ্ৰাকৃ...